আজিৰে পৰা আৰম্ভ সন্তোষ ট্ৰফী প্ৰতিযোগিতা…

আজিৰে পৰা আৰম্ভ সন্তোষ ট্ৰফী প্ৰতিযোগিতা…
  • আজিৰে পৰা আৰম্ভ হ'ব সন্তোষ ট্ৰফী প্ৰতিযোগিতা।
  • মঙলবাৰে পঞ্জাৱৰ বিপক্ষে যুঁজ দিব অসমে।
  • বি গ্ৰুপত অসমৰ সৈতে আছে কৰ্ণাটক।
  • মহাৰাষ্ট্ৰ আৰু ছিকিমো আছে গ্ৰুপ বিত।
  • পঞ্জাৱৰ গুৰু নানক ষ্টেডিয়ামত অনুষ্ঠিত হ'‍ব খেলখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in