বাৰাণসীত আজিৰে পৰা ১৫ সংখ্যক প্ৰবাসী ভাৰতীয় সন্মিলন

বাৰাণসীত আজিৰে পৰা ১৫ সংখ্যক প্ৰবাসী ভাৰতীয় সন্মিলন
  • বাৰাণসীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ১৫ সংখ্যক প্ৰবাসী ভাৰতীয় সন্মিলন।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই সন্মিলন।
  • অনুষ্ঠানত উপস্থিত থাকিব মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ যুগনৌথ, বিদেশ মন্ত্ৰী সুষমা স্বৰাজ।
  • লগতে উপস্থিত থাকিব বিদেশ ৰাজ্য মন্ত্ৰী ভি কে সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in