ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু…

ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু…
  • ৰাজ্যত মঙলবাৰে কোৰোনাত আক্ৰান্ত ৬জন লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- শ্ৰাদ্ধনা সৰকাৰ, প্ৰণৱ শইকীয়া, আৰতী লিম্বু, মানিক সৰকাৰ, ভৱন লিক্সন আৰু সজল আচাৰ্য।
  • বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১১৫জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in