এদিনৰ বাবে জনসাধাৰণলৈ সকাহ…

এদিনৰ বাবে জনসাধাৰণলৈ সকাহ…
  • আজি হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ৫ পইচা।
  • প্ৰতিলিটাৰ ডিজেলত ১০ পইচাকৈ হ্ৰাস।
  • আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.৩৯ টকা।
  • আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৮৮ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in