শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

আকৌ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

114
  • শনিবাৰে বৃদ্ধি পালে পেট্ৰ’লৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰ’লত ৫ পইচাকৈ বৃদ্ধি।
  • গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭২.৪৪ টকা।
  • পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ হ্ৰাস পালে ডিজেলৰ মূল্য।
  • গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৭০ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি