আকৌ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

ফাইল ফটো
ফাইল ফটো
  • শনিবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচাকৈ বৃদ্ধি।
  • গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.৪৪ টকা।
  • পেট্ৰ'লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ হ্ৰাস পালে ডিজেলৰ মূল্য।
  • গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৭০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in