বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক সোমবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • একেৰাহে দুদিন ধৰি বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য ।
  • সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৭২ পইচাকৈ ।
  • দেওবাৰেও বৃদ্ধি পাইছিল পেট্ৰ'লৰ মূল্য ।
  • দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পাইছিল ১১ পইচাকৈ।
  • আনহাতে সোমবাৰ হ্ৰাস পালে ডিজেলৰ মূল্য ।
  • প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ২৫ পইচাকৈ।
  • দেওবাৰেও প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছিল ১ পইচা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in