শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক সোমবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

1,425
  • একেৰাহে দুদিন ধৰি বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য ।
  • সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৭২ পইচাকৈ ।
  • দেওবাৰেও বৃদ্ধি পাইছিল পেট্ৰ’লৰ মূল্য ।
  • দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পাইছিল ১১ পইচাকৈ।
  • আনহাতে সোমবাৰ হ্ৰাস পালে ডিজেলৰ মূল্য ।
  • প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ২৫ পইচাকৈ।
  • দেওবাৰেও প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছিল ১ পইচা ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি