যোৰহাটত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু চিপিআই দল…

যোৰহাটত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু চিপিআই দল…
  • যোৰহাট লোকসভা সমষ্টিৰ পৰা চিপিআই দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব কনক গগৈয়ে৷
  • আজি যোৰহাটৰ ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাৰ্থীজনে৷
  • সুশান্ত বৰগোহাঁই আৰু তপন গগৈৰ বিৰুদ্ধে যুঁজ দিব চিপিআই প্ৰাৰ্থীগৰাকীয়ে।
  • নিৰ্বাচনত ভাল ফলাফল ভাল হ'ব বুলি আশাবাদী চি পি আই দলৰ প্ৰাৰ্থীজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in