শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

আজি ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিব ৰামেশ্বৰ তেলী আৰু পৱন সিঙ ঘাটোৱাৰে…

96
  • ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ।
  • আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ প্ৰাৰ্থী সাংসদ ৰামেশ্বৰ তেলীয়ে।
  • আনহাতে আজিয়ে মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছৰ পৱন সিঙ ঘাটোৱাৰেও।
  • সৰ্মথক সকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰিব দুয়োগৰাকী নেতাই।
  • প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত যোৱা ১৮ মাৰ্চৰ পৰা অহা ২৫ মাৰ্চলৈকে চলিব মনোনয়ন দাখিলৰ পৰ্ব।
  • ডিব্ৰুগড়, তেজপুৰ, কলিয়াবৰ, যোৰহাট আৰু লখিমপুৰত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি