আজি ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিব ৰামেশ্বৰ তেলী আৰু পৱন সিঙ ঘাটোৱাৰে…

আজি ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিব ৰামেশ্বৰ তেলী আৰু পৱন সিঙ ঘাটোৱাৰে…
  • ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী তৎপৰতা আৰম্ভ।
  • আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ প্ৰাৰ্থী সাংসদ ৰামেশ্বৰ তেলীয়ে।
  • আনহাতে আজিয়ে মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছৰ পৱন সিঙ ঘাটোৱাৰেও।
  • সৰ্মথক সকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰিব দুয়োগৰাকী নেতাই।
  • প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত যোৱা ১৮ মাৰ্চৰ পৰা অহা ২৫ মাৰ্চলৈকে চলিব মনোনয়ন দাখিলৰ পৰ্ব।
  • ডিব্ৰুগড়, তেজপুৰ, কলিয়াবৰ, যোৰহাট আৰু লখিমপুৰত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in