সোমবাৰে প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ

সোমবাৰে প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ
  • আজি উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
  • মথুৰাত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে এক বিশেষ অনুষ্ঠানত অংশ ল'ব মোদীয়ে।
  • লগতে গ্ৰেটাৰ নইডাত পেট্ৰ'টেক-২০১৯ এক্সপ' চেণ্টাৰৰো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in