দুখনকৈ সভাত অংশ লৈ আজি অসমত ৰণডংকা বজাব অমিত শ্বাহে…

দুখনকৈ সভাত অংশ লৈ আজি অসমত ৰণডংকা বজাব অমিত শ্বাহে…
  • অসমৰ আজি ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে।
  • দুখনকৈ সভাত অংশ লব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • প্ৰথমে কোকৰাঝাৰ আৰু তাৰপাছতে নলবাৰীৰ বিজয় সংকল্প সমাৰোহত অংশ লব শ্বাহে।
  • কোকৰাঝাৰৰ BTR দিৱসৰ কাৰ্যসূচীত অংশ লব শ্বাহে।
  • দুয়োখন সভাতে লক্ষাধিক লোকৰ সমাগম হব।
  • ইফালে নলবাৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in