শেহতীয়া খবৰ
মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

দুখনকৈ সভাত অংশ লৈ আজি অসমত ৰণডংকা বজাব অমিত শ্বাহে…

140
  • অসমৰ আজি ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে।
  • দুখনকৈ সভাত অংশ লব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • প্ৰথমে কোকৰাঝাৰ আৰু তাৰপাছতে নলবাৰীৰ বিজয় সংকল্প সমাৰোহত অংশ লব শ্বাহে।
  • কোকৰাঝাৰৰ BTR দিৱসৰ কাৰ্যসূচীত অংশ লব শ্বাহে।
  • দুয়োখন সভাতে লক্ষাধিক লোকৰ সমাগম হব।
  • ইফালে নলবাৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি