শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অন্তিমটো কৰ্মদিন…

477
  • অহা ১৭ নবেম্বৰত অৱসৰগ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
  • শুকুৰবাৰৰ দিনটো তেওঁৰ মুখ্য ন্যায়াধীশ ৰূপে অন্তিমটো দিন।
  • প্ৰায় তিনি মিনিট সময়হে ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰূপে শুকুৰবাৰে তেওঁ কৰে কাম-কাজ।
  • সেই উপলক্ষে সৰ্বোচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে আয়োজন কৰিছে তেওঁৰ বিদায় সমাৰোহৰ।
  • ৩ বজাত ৰাজঘাটত উপস্থিত হ’ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।
  • উল্লেখ্য যে, ১৮ নবেম্বৰত উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে শপত ল’ব এছ এ ব’বডেয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি