বুধবাৰে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠনৰ বৈঠক…

বুধবাৰে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠনৰ বৈঠক…

ডিজিটেল ডেস্ক : তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লীৰ সীমাত কৃষক সকলৰ প্ৰতিবাদ অব্যাহত আছে । কৃষক সংগঠন সমূহে ৫৬ দিন ধৰি দিল্লীৰ সীমা অঞ্চল সমূহ ত প্ৰতিবাদ সাব্যস্ত কৰি আছে । বুধবাৰে কৃষক সংগঠন সমূহৰ সৈতে দশম খন বৈঠত মিলিত হ'ব কেন্দ্ৰীয় চৰকাৰ ।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষকৰ বৈঠক ১৯ জানুৱাৰীত হোৱাৰ কথা আছিল যদিও বিশেষ কাৰনবসত কেন্দ্ৰীয় কৃষি সচিবে বৈঠক স্থগিত ৰাখে । ইফালে বুধবাৰে কৃষক সংগঠন সমূহক বৈঠকৰ বাবে আমন্ত্ৰন জনাই কেন্দ্ৰীয় চৰকাৰে । ইফালে গনতন্ত্ৰ দিৱসৰ দিনটোত টেক্টৰ ৰেলী উলিয়াব কৃষক সংগঠন সমূহে । উচ্চতম ন্যায়ালয়ে কৃষকৰ টেক্টৰ ৰেলী সম্পৰ্কে বুধবাৰে শুনানি গ্ৰহন কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in