আজি গোৱাত জি এছ টি পৰিষদৰ ৩৭সংখ্যক বৈঠক…

ফাইল ফটো
ফাইল ফটো
  • আজি গোৱাত অনুষ্ঠিত হ'ব জি এছ টি পৰিষদৰ ৩৭সংখ্যক বৈঠক।
  • এই বৈঠকত কেইবাবিধো সামগ্ৰীৰ কৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।
  • বিস্কুট, জুইশলা আৰু হোটেল উদ্যোগে পাব পাৰে জি এছ টিত ৰেহাই।
  • এই বৈঠকতে অটোম'বাইল, বিস্কুট, জুইশলা, আউটড'ৰ কেটাৰিঙৰ জি এছ টিৰ পৰিমাণ সালসলনিৰ প্ৰস্তাৱ ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in