আজি সন্ধিয়া কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক

আজি সন্ধিয়া কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক
  • আজি কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব।
  • চূড়ান্ত হ'ব অসমত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা।
  • সন্ধিয়া ৬ বজাত নতুন দিল্লীত হ'ব উক্ত বৈঠকখন।
  • উপস্থিত থাকিব কংগ্রেছ সভাপতি ৰাহুল গান্ধী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in