আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
  • প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত ।
  • বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত।
  • হোজাইৰ কাঁকী, গোৱালপাৰা আৰু চাপৰত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • সমান্তৰালভাৱে কংগ্ৰেছকে ধৰি আন দলসমূহেও অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in