আজি যোৰহাটত ২ খনকৈ নিৰ্বাচনী সভাত অংশ ল’ব মুখ্যমন্ত্ৰী সোণোৱালে…

আজি যোৰহাটত ২ খনকৈ নিৰ্বাচনী সভাত অংশ ল’ব মুখ্যমন্ত্ৰী সোণোৱালে…
  • আজি যোৰহাটত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সোণোৱালে।
  • যোৰহাটত দুখনকৈ নিৰ্বাচনী সভাত অংশ ল'ব।
  • নাওবৈচাৰ কল্যাণী খেলপথাৰত বিশাল জনসভাৰ আয়োজন।
  • কৰঙাত অনুষ্ঠিত হ'ব লগা জনসভা সম্বোধন কৰিব সোণোৱালে।
  • শিৱসাগৰ, জুৰীয়াতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in