আজি পুনৰ বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • আজি পুনৰ অনুষ্ঠিত হ'ব বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • লোকসভা নিৰ্বাচনৰ বাকী থকা সমষ্টিৰ প্ৰাৰ্থী তালিকাক লৈ সিদ্ধান্ত হ'ব এই বৈঠকত।
  • বৃহস্পতিবাৰে ১৮৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে।
  • অসমৰ ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম।
  • মঙলদৈত দিলীপ শইকীয়া, লখিমপুৰত প্ৰদান বৰুৱা, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী,
  • যোৰহাট সমষ্টিত মন্ত্ৰী তপন গগৈ, গুৱাহাটীত কুইন ওজা, শিলচৰত ৰাজদ্বীপ ৰয়, কৰিমগঞ্জত কৃপানাথ মাল্লা আৰু ডিফু সংসদীয় সমষ্টিত হৰেন ছিং বে'ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে।
  • আনহাতে, বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা।
  • গান্ধীনগৰত অমিত শ্বাহ, লক্ষ্ণৌত ৰাজনাথ সিং, নাগপুৰত নীতিন গাডকাৰী, গাজিয়াবাদৰ প্ৰাৰ্থী হ'ব ভি কে সিং।
  •  আমেথিত স্মৃতি ইৰানী, পাটনা চাহিবত ৰবিশংকৰ প্ৰসাদ, পূব অৰুণাচলত কিৰেন ৰিজিজুয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in