শেহতীয়া খবৰ
কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ

আজি মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন…

214
  • আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালে ল’ব প্ৰতিবেদন। 
  • নিয়মমতে অমিত শ্বাহক দাখিল কৰিব লাগিছিল প্ৰতিবেদন।
  • কিন্তু অমিত শ্বাহৰ নিৰ্দেশতে আজি কমিটিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
  • উল্লেখযোগ্য যে,  ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বেই প্ৰতিবেদন সাজু কৰিছিল কমিটীয়ে।
  • অসম চুক্তি ৰূপায়ণ বিভাগতো প্ৰতিবেদন জমা দিছিল কমিটীয়ে।
  • কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব নোৱৰাত অসম চুক্তি বিভাগতে দিছিল ৬ নং দফাৰ প্ৰতিবেদন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি