আজি মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন…

আজি মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন…
  • আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰিব অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালে ল'ব প্ৰতিবেদন। 
  • নিয়মমতে অমিত শ্বাহক দাখিল কৰিব লাগিছিল প্ৰতিবেদন।
  • কিন্তু অমিত শ্বাহৰ নিৰ্দেশতে আজি কমিটিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।
  • উল্লেখযোগ্য যে,  ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বেই প্ৰতিবেদন সাজু কৰিছিল কমিটীয়ে।
  • অসম চুক্তি ৰূপায়ণ বিভাগতো প্ৰতিবেদন জমা দিছিল কমিটীয়ে।
  • কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব নোৱৰাত অসম চুক্তি বিভাগতে দিছিল ৬ নং দফাৰ প্ৰতিবেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in