কোভিড-১৯ঃ নিশা জিএমচিএইচৰ আইচিইউত উপস্থিত হৈ ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

কোভিড-১৯ঃ নিশা জিএমচিএইচৰ আইচিইউত উপস্থিত হৈ ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • কোৰোনাত আক্ৰান্ত আই চি ইউত ভৰ্তি ৰোগীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
  • পিপিই কিট পিন্ধি আই চি ইউত সোমাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • ৰোগীসকলৰ শুশ্ৰূষা চিকিৎসকসকলে বহু ভালকৈ লৈছে বুলি টুইটাৰত লিখিছে মন্ত্ৰী শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in