শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

কোভিড-১৯ঃ নিশা জিএমচিএইচৰ আইচিইউত উপস্থিত হৈ ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

462
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • কোৰোনাত আক্ৰান্ত আই চি ইউত ভৰ্তি ৰোগীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
Image
  • পিপিই কিট পিন্ধি আই চি ইউত সোমাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • ৰোগীসকলৰ শুশ্ৰূষা চিকিৎসকসকলে বহু ভালকৈ লৈছে বুলি টুইটাৰত লিখিছে মন্ত্ৰী শৰ্মাই।
Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি