শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

বিজেপি নেতা দিলীপ ঘোষৰ ওপৰত টিএমচি কৰ্মীৰ আক্ৰমণ…

192

ডিজিটেল ডেস্কঃ পশ্চিমবংগ বিজেপি সভাপতি দিলীপ ঘোষৰ ওপৰত টিএমচিৰ কৰ্মীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে দিলীপ ঘোষে অভিযোগ কৰা অনুসৰি, নৰ্থ ২৪ পাৰাগনা জিলাৰ এখন চাহৰ দোকানলৈ যোৱা সময়তে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে তেওঁৰ ওপৰত আক্ৰমণ কৰে।

দিলীপ ঘোষে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- ‘যেতিয়া মই চাহ দোকানখনলৈ গৈছিলো, সেই সময়তে টিএমচিৰ কৰ্মীয়ে মোৰ ওপৰত আক্ৰমণ চলায়। মোৰ গাড়ীখনো ভাঙি দিয়ে। লগতে মোৰ সুৰক্ষাৰ বাবে থকা নিৰাপত্তাৰক্ষী কেইজনৰ সৈতেও বেয়া ব্যৱহাৰ কৰে। মই নাজানো কিয় তেনেকুৱা কৰিছে টিএমচিয়ে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি