সুস্মিতা দেৱে দাখিল কৰিলে মনোনয়ন…

সুস্মিতা দেৱে দাখিল কৰিলে মনোনয়ন…
  • টিএমচি নেত্ৰী সুস্মিতা দেৱে ৰাজ্যসভাৰ উপনিৰ্বাচনৰ বাবে দাখিল কৰিলে মনোনয়ন।
  • মনোনয়ন দাখিল কৰাৰ পাছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ধন্যবাদ জনাই তেওঁ।
  • লগতে কয়- বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰাতো অৰ্থহীন।
  • আমি ত্ৰিপুৰা ২০২৩ৰ নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in