প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা…

প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা…
  • তৃণমূল কংগ্রেছৰ ১৬জনীয়া প্রাৰ্থী তালিকা প্রকাশ ।
  • হাইলাকান্দিত ছফিকুল কমল বাৰলস্কৰক প্রাৰ্থিত্ব ।
  • সোণাইত এম শান্তি কুমাৰ সিংহা, গোলকগঞ্জত ছহিদুৰ ৰহমান ।
  • বিলাসিপাৰা পশ্চিমত আব্দুৰ ৰেজাক শ্বেইখ ।
  • বিলাসিপাৰা পশ্চিমত আব্দুৰ ৰেজাক ছেইখ ।
  • অভয়াপুৰী উত্তৰত আছৰাফুল ইছলাম ।
  • পূব গোৱালপাৰাত ছেইখ এম ডি জিয়াউল হক ।
  • পশ্চিম গোৱালপাৰাত নিজাম উদ্দিনক প্রাৰ্থিত্ব ।
  • জলেশ্বৰত তৃণমূল কংগ্রেছৰ প্রাৰ্থী আবতাবুল আমবিয়া মলাহ ।
  • জনিয়াত আব্দুল জলিল তালুকদাৰ, সৰুক্ষেত্রীত ছৈয়দ জেহৰুল ইছলাম ।
  • চেঙাত আব্দুল গনি, বকোত গোপীনাথ দাস ।
  • নলবাৰীত গোপী বৰুৱা, দলগাঁৱত এম ডি আব্দুল কাছেম ।
  • যমুনামুখত TMCৰ প্রাৰ্থী ৰেজৱাৰ আহমেদ, লামডিঙত টুটু আচাৰ্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in