শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা…

242
  • তৃণমূল কংগ্রেছৰ ১৬জনীয়া প্রাৰ্থী তালিকা প্রকাশ ।
  • হাইলাকান্দিত ছফিকুল কমল বাৰলস্কৰক প্রাৰ্থিত্ব ।
  • সোণাইত এম শান্তি কুমাৰ সিংহা, গোলকগঞ্জত ছহিদুৰ ৰহমান ।
  • বিলাসিপাৰা পশ্চিমত আব্দুৰ ৰেজাক শ্বেইখ ।
  • বিলাসিপাৰা পশ্চিমত আব্দুৰ ৰেজাক ছেইখ ।
  • অভয়াপুৰী উত্তৰত আছৰাফুল ইছলাম ।
  • পূব গোৱালপাৰাত ছেইখ এম ডি জিয়াউল হক ।
  • পশ্চিম গোৱালপাৰাত নিজাম উদ্দিনক প্রাৰ্থিত্ব ।
  • জলেশ্বৰত তৃণমূল কংগ্রেছৰ প্রাৰ্থী আবতাবুল আমবিয়া মলাহ ।
  • জনিয়াত আব্দুল জলিল তালুকদাৰ, সৰুক্ষেত্রীত ছৈয়দ জেহৰুল ইছলাম ।
  • চেঙাত আব্দুল গনি, বকোত গোপীনাথ দাস ।
  • নলবাৰীত গোপী বৰুৱা, দলগাঁৱত এম ডি আব্দুল কাছেম ।
  • যমুনামুখত TMCৰ প্রাৰ্থী ৰেজৱাৰ আহমেদ, লামডিঙত টুটু আচাৰ্য ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি