৪২জনীয়া প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ তৃণমূল কংগ্ৰেছৰ, ১০জন সাংসদে নাপালে প্ৰাৰ্থিত্ব…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ১০জন বৰ্তমানৰ সাংসদে নাপালে টিকট।
  • মমতা বেনাৰ্জীয়ে ঘোষণা কৰিলে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা।
  • ৪১ শতাংশ মহিলা প্ৰাৰ্থীক টিকট দিছে তৃণমূল কংগ্ৰেছে।
  • দাৰ্জিলিঙৰ পৰা লোকসভা নিৰ্বাচনত তৃণমূলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব অমৰ সিং ৰায়ে।
  • কৃষ্ণানগৰৰ পৰা তৃণমূলৰ প্ৰাৰ্থী হ'ব মহোৱা মৈত্ৰ।
  • পশ্চিমবংগত ৪২খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা তৃণমূলৰ।
  • বৰ্তমান ১০জন সাংসদক দিয়া নাই টিকট।
  • প্ৰাৰ্থিত্ব নোপোৱা সাংসদসকলে দলৰ হৈ কাম কৰিব বুলি ঘোষণা মমতাৰ।
  • মমতা বেনাৰ্জীৰ ঘোষণা- তৃণমূল কংগ্ৰেছে অসমৰ, ঝাৰখণ্ড, বিহাৰ ওড়িশ্যা আৰু আন্দামান নিকোবৰতো প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in