সৰ্বত্ৰে বিজেপিৰ জয় জয় কাৰ! ধূলিস্যাৎ কংগ্ৰেছ, দুখন আসনেৰে তিৱা পৰিষদত মান ৰক্ষা অগপৰ…

সৰ্বত্ৰে বিজেপিৰ জয় জয় কাৰ! ধূলিস্যাৎ কংগ্ৰেছ, দুখন আসনেৰে তিৱা পৰিষদত মান ৰক্ষা অগপৰ…

ঘোষণা হ'ল তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল।

তিৱা ৰাজ্য হৈ পৰিল গেৰুৱা।

৩৬টাকৈ সমষ্টিৰ বাবে নিৰ্বাচনী যুঁজত জয়ী হ'ল ভাৰতীয় জনতা পাৰ্টী।

মুঠ ৩৩খন আসনত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী।

আনহাতে, দুটা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছে।

ইফালে, মাত্ৰ এটা সমষ্টিহে লাভ কৰিলে কংগ্ৰেছে।

বিজেপিয়ে লাভ কৰা সমষ্টিসমূহ ক্ৰমে-

  • ঢেকীফলাঃ বিনাপানী বৰদলৈ (বিজেপি)
  • ভূৰবন্ধাঃ বিনয় কোঁৱৰ (বিজেপি)
  • বিহুবড়ীঃ পিতাম্বৰ বৰদলৈ (বিজেপি)
  • দমালঃ বিজেপি-পৱন মান্তা(বিজেপি)
  • গোভাঃ মনিৰাম পাটৰ(বিজেপি)
  • ন-খোলাঃ তুলসী বৰদলৈ(বিজেপি)
  • জামাদাৰীঃ দুলাল ব্ৰহ্ম(বিজেপি)
  • নেলী খালাঃ জীৱন কোঁৱৰ(বিজেপি)
  • আমপ্ৰিঃ ভৱেশ কাথাৰ (বিজেপি)
  • লালুংপাৰঃ মদন বৰদলৈ (বিজেপি)
  • চাহাৰীঃ মোহন সেনাপতি (বিজেপি)
  • টোপাকুছিঃ স্বৰোজ কোঁৱৰ (বিজেপি)
  • ফংগাৰীঃ টিকেন বসুমতাৰী (বিজেপি)
  • জৰাবাৰীঃ গীতামণি কলিতা (বিজেপি)
  • নামবৰ লালুংঃ ইন্দ্ৰমণি বৰদলৈ (বিজেপি)
  • জোনবিলঃ বিনীতা-দৈমাৰী (বিজেপি)
  • কমাৰগাওঁঃ অজিত পাটৰ (বিজেপি)
  • বৰপূজীয়াঃ কমল বৰদলৈ (বিজেপি)
  • ঘগুৱাঃ মিহিৰাম বৰদলৈ (বিজেপি)
  • বৰঙনিঃ অংকুৰ দেউৰী (বিজেপি)
  • চাৰিপুনীয়াঃ মদন দেউৰী (বিজেপি)
  • ডিমৰীয়াঃ মিলেশ্বৰ দেউৰী (বিজেপি)
  • লুটুমাৰীঃ বিতু বৰদলৈ (বিজেপি)
  • কোঁৱৰ গাওঁঃ জীৱন চন্দ্ৰ কোঁৱৰ (বিজেপি)
  • ডিগাৰুঃ জৱা ইংতি (বিজেপি)
  • ক্ষেত্ৰীঃ দিব্যলতা বৈশ্য (বিজেপি)
  • সোনাপুৰঃ পৰেশ ৰাহাং (বিজেপি)
  • শলমাৰীঃ নয়নমণি দেউৰী (বিজেপি)
  • তেতেলীয়াঃ খগেন চন্দ্ৰ বৰদলৈ(বিজেপি)
  • ভোমোৰাগুৰিঃ দেৱকান্ত বৰদলৈ(বিজেপি)
  • পুখুৰীপাৰঃ বিশ্বজ্যোতি পাটৰ (বিজেপি)
  • মণিপুুৰঃ আইমনি পাটৰ (বিজেপি)
  • জোঙাল বলহুঃ প্ৰণৱজ্যোতি মছৰং(বিজেপি)

অসম গণ পৰিষদ জয়ী হোৱা সমষ্টি-

  • গড়মাৰীঃ ৰুণামনি বড়ো দাস (এজিপি)
  • বৰচিলাঃ চম্পেশ্বৰ বৰদলৈ (এজিপি)

কংগ্ৰেছ জয়ী হোৱা সমষ্টি-

  • কাকীঃ বিজুমণি বৰদলৈ (কংগ্ৰেছ)

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in