ওড়িশ্যাত তিতলি ঘূৰ্ণীবতাহৰ বিধ্বংসী ৰূপ, মৃত্যুৰ সংখ্যা ৫৭লৈ বৃদ্ধি

ওড়িশ্যাত তিতলি ঘূৰ্ণীবতাহৰ বিধ্বংসী ৰূপ, মৃত্যুৰ সংখ্যা ৫৭লৈ বৃদ্ধি
  • ওড়িশ্যাত তিতলি ঘূৰ্ণীবতাহৰ বিধ্বংসী ৰূপ।
  • তিতলিৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি।
  • বৰ্তমানৰ লৈকে সন্ধানহীন হৈ আছে ১০ জনকৈ লোক।
  • তিতলিৰ ফলত ওড়িশ্যাত অনিষ্ট হৈছে প্ৰায় ২,৭৩,৪২৫ হেক্টৰ কৃষিভূমি।
  • ৰাজ্যখনত ৮১২৫খন গাঁৱৰ ৫৭,১৩১টা পৰিয়াল ক্ষতিগ্ৰস্ত।
  • ওড়িশ্যা চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য।
  • ১০০০ কোটি টকাৰ সাহাৰ্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in