তৰুণ গগৈৰ গৃহ সমষ্টিত কংগ্ৰেছৰ জয়যাত্ৰা অব্যাহত, জানক সম্পূৰ্ণ ফলাফল

তৰুণ গগৈৰ গৃহ সমষ্টিত কংগ্ৰেছৰ জয়যাত্ৰা অব্যাহত, জানক সম্পূৰ্ণ ফলাফল

তিতাবৰ সমষ্টিৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ফলাফল এনে ধৰণৰ-

  • ২০খন পঞ্চায়তৰ ২০০ ৱাৰ্ডত কংগ্ৰেছ দখলত ১৪৫ খন আসন।
  • বিজেপিৰ দখলত ৫৩ খন আসন।
  • অগপৰ দখলত মাত্ৰ এখন আৰু নিৰ্দলীয় এখন।
  • তিতাবৰৰ চাৰিখন জিলা পৰিষদত কংগ্ৰেছৰ দখলত।
  • তিতাবৰ জিলা পৰিষদ মণি কালিন্দী, ঠেঙাল জিলা পৰিষদ ৰীতা শইকীয়াৰ জয়লাভ।
  • মাধপুৰ জিলা পৰিষদ পবন গগৈ আৰু বৰহোলা জিলা পৰিষদত জয়ী হৈছে হীৰেন হাজৰিকাই।
  • ১৯টা পঞ্চায়ততে কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী জয়ী।
  • ১৮ টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী।
  • ১খন পঞ্চায়তৰ সভাপতি পদত আৰু ২টা আঞ্চলিক পঞ্চায়তৰ সদস্য পদতহে জয়ী হৈছে বিজেপি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in