তিতাবৰত তৰুণ গগৈক বলে নোৱাৰিলে বিজেপিয়ে

তিতাবৰত তৰুণ গগৈক বলে নোৱাৰিলে বিজেপিয়ে
  • তিতাবৰ ৰজাবাহৰ পঞ্চায়তৰ ১০টা ৱাৰ্ডৰ নিৰ্বাচনী ফলাফল ঘোষণা।
  • কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৮টা ৱাৰ্ডত।
  • বিজেপিলৈ হাতলৈ ২টা ৱাৰ্ড।
  • তিতাবৰ পূব ঠেঙাল গাঁও পঞ্চায়তত বিজয়ী কংগ্ৰেছ প্ৰাৰ্থী মণি শইকীয়া।
  • আঞ্চলিক পঞ্চায়তো জয়ী হৈছে কংগ্ৰেছ, প্ৰাৰ্থীৰ নাম মনোজ শইকীয়া।
  • পঞ্চায়তখনৰ ১, ২, ৩, ৫, ৬, ৭, ৯ আৰু ১০ নং ৱাৰ্ডত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী।
  • ৮নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হৈছে।
  • ৪ নং ৱাৰ্ডত কংগ্ৰেছ-বিজেপিৰ মাজত ড্ৰ হৈছে নিৰ্বাচনী ফলাফল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in