টীয়কত গুণ্ডাগিৰি চলাই সংগঠনৰ নেতা আটক

টীয়কত গুণ্ডাগিৰি চলাই সংগঠনৰ নেতা আটক
  • শুকুৰবাৰে টীয়কত গুণ্ডাগিৰি চলাই আটক হ'ল 'অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ' নামৰ সংগঠনটোৰ নেতা।
  • আটক হ'ল সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ গগৈ।
  • টীয়কত চলি থকা ৰাষ্ট্ৰীয় বাণিজ্য মেলাত ব্যৱসায়ীক মাৰপিট কৰি ধন কাৰি নিয়াৰ অভিযোগ গগৈৰ বিৰুদ্ধে।
  • ব্যৱসায়ীজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে সংগঠনটোৰ সভাপতিজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in