তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক

তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক
  • তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক স্থানীয় ৰাইজৰ সহযোগত আটক আৰক্ষীৰ।
  • তিনিচুকীয়াৰ ডিৰাক গেটৰ পৰা আটক কৰে লোক কেইজনক।
  • লোককেইজনৰ ভিতৰত এগৰাকী মহিলা, ৩জন পুৰুষ।
  • তিনিচুকীয়াৰ যুৱ ছাত্ৰ পৰিষদে লোক কেইজনক চমজাই দিয়ে আৰক্ষীক।
  • বৰ্তমান সোধা-পোছা অব্যাহত তিনিচুকীয়া আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in