শেহতীয়া খবৰ
'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ  •  কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড...

তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত

328
  • তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত।
  • গাৰ্গ মটৰ্ছৰ সন্মুখত এই দুৰ্ঘটনা।
  • ৰেল লাইন পাৰ হ’ব লৈছিল স্কুটী আৰোহীজনে।
  • স্কুটী আৰোহীজনৰ নাম যোগানন্দ বৰগোহাঁই।
  • স্কুটীখনৰ নম্বৰ এ এছ ২৩ কিউ ৮৭৪৪।
  • অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বৰগোহাঁইক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি