তিনিচুকীয়াত ই-ৰিক্সা চালকৰ প্ৰতিবাদ

তিনিচুকীয়াত ই-ৰিক্সা চালকৰ প্ৰতিবাদ

  • তিনিচুকীয়াত দহোতীয়াচুকৰ বিহুতলী পথাৰত ই-ৰিক্সা চালকৰ প্ৰতিবাদ।
  • তিনিচুকীয়া চহৰৰ মাজমজিয়াত আন ৰিক্সাসমূহৰ দৰে ই-ৰিক্সাসমূহৰ চলাচলৰ অনুমতিৰ দাবীত দিনজোৰা প্ৰতিবাদী কাৰ্যসূচী চালকসকলৰ।
  • পৌৰসভাই দাবী পূৰণ নকৰাপৰ্যন্ত ই-ৰিক্সা বন্ধ ৰখাৰ সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in