আজিৰে পৰা ড্ৰাই ডে’…

আজিৰে পৰা ড্ৰাই ডে’…
  • তিনিচুকীয়া আৰু ডিব্ৰুগড়ত ড্ৰাই ডে' ঘোষণা।
  • মঙলবাৰৰে পৰা ১১ এপ্ৰিললৈ জিলা দুখনত ড্ৰাই ডে'।
  • ২৩ মে'তো প্ৰশাসনৰ ড্ৰাই ডে' ঘোষণা কৰা হৈছে।
  • জিলা দুখনত সুৰাৰ প্ৰচলন আৰু বিক্ৰী বন্ধ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in