তিনিচুকীয়াত এজেৱাইচিপিৰ ‘বিক্ষোভ কাৰ্যসূচী’

তিনিচুকীয়াত এজেৱাইচিপিৰ ‘বিক্ষোভ কাৰ্যসূচী’
  • অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদানৰ দাবী।
  • তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ 'বিক্ষোভ কাৰ্যসূচী'।
  • উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সংগঠনটোৰ।
  • তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ।
  • শীঘ্ৰে চৰকাৰে ব্যৱস্থা নল'লে অধিক তীব্ৰতৰ প্ৰতিবাদ কৰাৰ হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in