তিনিচুকীয়াত আলফা স্বাধীনৰ ৩ সদস্যৰ আত্মসমৰ্পণ…

তিনিচুকীয়াত আলফা স্বাধীনৰ ৩ সদস্যৰ আত্মসমৰ্পণ…

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ বুধবাৰে দুগৰাকী আলফা সদস্যৰ এগৰাকী সদস্য আটক আন গৰাকী আত্মসমৰ্পণৰ পিছতেই বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ এক অজ্ঞাত স্থানত আন তিনিগৰাকীকৈ আলফা স্বাধীনৰ দুধৰ্ষ সদস্যই সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷

আত্মসমৰ্পণ কৰা আলফা সদস্য কেইগৰাকী ক্ৰমে ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসম৷ আত্মসমৰ্পণৰ সময়ত কেডাৰ তিনিগৰাকীয়ে ১৪৯ জাই সক্ৰিয় গুলী আৰু সামৰিক পোছাক জমা দিয়ে তিনিচুকীয়া আৰক্ষীক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in