ৰাজ্যসভাত উত্থাপন নহ’ল ‘তিনি তালাক’ বিধেয়ক

ৰাজ্যসভাত উত্থাপন নহ’ল ‘তিনি তালাক’ বিধেয়ক
  • অন্ত পৰিল সংসদৰ বৰ্ষাকালীন অধিৱেশন।
  • অন্তিম দিনা শাসক-বিৰোধীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ।
  • ৰাজ্যসভাত আজি উত্থাপন নহ'ল তিনি তালাক বিধেয়ক।
  • পৰৱৰ্তী অধিৱেশনত উত্থাপন হ'ব এই বিধেয়ক।
  • ৰাফেল বিমান ক্ৰয় কেলেংকাৰীক লৈ সৰৱ বিৰোধী।
  • সংসদ ভৱনৰ চৌহদত ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ।
  • ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ তদন্তৰ দাবী।
  • তৃণমূল কংগ্ৰেছৰ সাংসদসকলেও উচ্চ সদনত সাব্যস্ত কৰিলে প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in