শেহতীয়া খবৰ
মাৰ্ঘেৰিটাৰ নিৰ্দলীয় সদস্যই দেখুৱাইছে খেল!, ২৪ ঘণ্টাতে কংগ্ৰেছ-বিজেপি দুই দলতে যোগদান  •  মৰাণৰ ৰাজপথত দাউদাউকৈ জ্বলিল বাহন, কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ, চাওঁক VIDEO  •  ফটো তুলিবলৈ গৈ দিচাং নৈত পৰা দুই যুৱতী সন্ধানহীন  •  কেৰালাত ভয়ংকৰ বিস্ফোৰণ, নিহত ৬, আহত ৫  •  ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ...  •  ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ...  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  গহপুৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰাঞ্চল)ৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ৰাজ্যসভাত উত্থাপন নহ’ল ‘তিনি তালাক’ বিধেয়ক

263
  • অন্ত পৰিল সংসদৰ বৰ্ষাকালীন অধিৱেশন।
  • অন্তিম দিনা শাসক-বিৰোধীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ।
  • ৰাজ্যসভাত আজি উত্থাপন নহ’ল তিনি তালাক বিধেয়ক।
  • পৰৱৰ্তী অধিৱেশনত উত্থাপন হ’ব এই বিধেয়ক।
  • ৰাফেল বিমান ক্ৰয় কেলেংকাৰীক লৈ সৰৱ বিৰোধী।
  • সংসদ ভৱনৰ চৌহদত ছোনিয়া গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ।
  • ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ তদন্তৰ দাবী।
  • তৃণমূল কংগ্ৰেছৰ সাংসদসকলেও উচ্চ সদনত সাব্যস্ত কৰিলে প্ৰতিবাদ।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি