শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

৩০ মে’ৰ পৰা বিশ্বকাপ ক্ৰিকেট ২০১৯, কাৰ খেল কেতিয়া? চাওক সম্পূৰ্ণ সূচী…

2,984

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ বাবে ইতিমধ্যে ভাৰতীয় দলে ঘোষণা কৰিছে ১৫ জনীয়া সদস্যৰ দল। আই পি এল শেষ হোৱাৰ লগে লগে আৰম্ভ হ’ব বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ চূড়ান্ত যো জা। এই বিশ্বকাপত অংশ ল’ব ১০ খন দেশে। অহা ৫ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱৰ্তীণ হ’ব ভাৰত। ৪৫ দিনৰ এই বিশ্বকাপত মুঠ ৪৮ খন খেল খেলা হ’ব।

এই খেল সমূহ কেতিয়া, কিমান সময়ত আৰু কাৰ-কাৰ মাজত অনুষ্ঠিত হ’ব-

  • ৩০ মে’- ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা ,সময় ২ বাজি ৩০ মিনিট
  • ৩১ মে’- পাকিস্তান বনাম ৱেষ্ট ইণ্ডিছ, সময় ২ বাজি ৩০ মিনিট।
  • ১ জুন- নিউজিলেণ্ড বনাম শ্ৰী লংকা, সময়
  • ১ জুন- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, সময় ৫ বাজি ৩০ মিনিট।
  • ২ জুন- দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ, সময় ২ বাজি ৩০ মিনিট
  • ৩ জুন- পাকিস্তান বনাম ইংলেণ্ড, সময়  ২ বাজি ৩০ মিনিট
  • ৪ জুন- আফগানিস্তান বনাম শ্ৰী লংকা, সময়  ২ বাজি ৩০ মিনিট
  • ৫ জুন- দক্ষিণ আফ্ৰিকা বনাম ইণ্ডিয়া, সময়  ২ বাজি ৩০ মিনিট

  • ৫ জুন- বাংলাদেশ বনাম নিউজিলেণ্ড, সময় ৫ বাজি ৩০ মিনিট।
  • ৬ জুন- অষ্ট্ৰেলিয়া বনাম ৱেষ্ট ইণ্ডিছ, সময় ২ বাজি ৩০ মিনিট।
  • ৭ জুন- পাকিস্তান বনাম শ্ৰী লংকা,  সময় ২ বাজি ৩০ মিনিট।
  • ৮ জুন, ইংলেণ্ড বনাম বাংলাদেশ, সময় ২ বাজি ৩০ মিনিট।
  • ৮জুন, আফগানিস্তান বনাম নিউজিলেণ্ড, সময় ৫ বাজি ৩০ মিনিট
  • ৯ জুন, ইণ্ডিয়া বনাম অষ্ট্ৰেলিয়া, সময়- ২ বাজি ৩০ মিনিট।

  • ১০ জুন, অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, সময় ২বাজি ৩০ মিনিট।
  • ১১ জুন, বাংলাদেশ বনাম শ্ৰী লংকা, সময়- ২বাজি ৩০ মিনিট।
  • ১২ জুন, পাকিস্তান বনাম অষ্ট্ৰেলিয়া, সময় ২ বাজি ৩০ মিনিট।
  • ১৩ জুন,ইণ্ডিয়া বনাম নিউজিলেণ্ড, সময় ২ বাজি ৩০ মিনিট।

  • ১৪ জুন, ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিছ, সময় ২ বাজি ৩০ মিনিট।
  • ১৫ জুন, শ্ৰী লংকা বনাম অষ্ট্ৰলিয়া, সময় ২ বাজি ৩০ মিনিট।
  • ১৫ জুন, দক্ষিণ আফ্ৰিকা বনাম আফগানিস্তান, সময় ৫ বাজি ৩০মিনিট।
  • ১৬ জুন, পাকিস্তান বনাম ইণ্ডিয়া, সময় সময় ২ বাজি ৩০ মিনিট।

  • ১৭ জুন, ৱেষ্ট ইণ্ডিছ বনাম বাংলাদেশ, সময় সময় ২ বাজি ৩০ মিনিট।
  • ১৮ জুন, ইংলেণ্ড বনাম আফগানিস্তান, সময় সময় ২ বাজি ৩০ মিনিট।
  • ১৯ জুন, নিউজিলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, সময় ২ বাজি ৩০ মিনিট।
  • ২০ জুন,অষ্টেলিয়া বনাম বাংলাদেশ, সময় ২ বাজি ৩০ মিনিট।
  • ২১ জুন, ইংলেণ্ড বনাম শ্ৰী লংকা, সময়- ২বাজি ৩০ মিনিট।
  • ২২ জুন, পাকিস্তান বনাম আফগানিস্তান, সময় ২ বাজি ৩০ মিনিট।
  • ২২ জুন,ৱেষ্ট ইণ্ডীছ বনাম নিউজিলেণ্ড, সময়, ৫ বাজি ৩০ মিনিট।
  • ২৩ জুন, পাক বনাম দক্ষিণ আফ্ৰিকা, সময় ২ বাজি ৩০ মিনিট।
  • ২৪ জুন, বাংলাদেশ বনাম আফগানিস্তান, সময় ২ বাজি ৩০ মিনিট।
  • ২৫ জুন, ইংলেণ্ড বনাম অষ্ট্ৰলিয়া, সময় ২ বাজি ৩০ মিনিট।
  • ২৬ জুন, পাকিস্তান বনাম নিউজিলেণ্ড, সময় ২ বাজি ৩০ মিনিট।
  • ২৭জুন, ৱেষ্ট ইণ্ডিছ বনাম ইণ্ডিয়া, সময় ২ বাজি ৩০ মিনিট।

  • ২৮ জুন, শ্ৰী লংকা বনাম দক্ষিণ আফ্ৰিকা, সময় ২ বাজি ৩০ মিনিট।
  • ২৯ জুন, পাকিস্তান বনাম আফগানিস্তান, সময় ২ বাজি ৩০ মিনিট।
  • ২৯ জুন, নিউজিলেণ্ড বনাম অষ্টেলিয়া, সময় ৫বাজি ৩০ মিনিট।
  • ৩০ জুন, ইংলেণ্ড বনাম ইণ্ডিয়া, সময় ২ বাজি ৩০ মিনিট।
  • ১ জুলাই, শ্ৰী লংকা বনাম ৱেষ্ট ইণ্ডিছ, সময় ২ বাজি ৩০ মিনিট।
  • ২ জুলাই, বাংলাদেশ বনাম ইণ্ডিয়া, সময় ২ বাজি ৩০ মিনিট।
  • ৩ জুলাই, ইংলেণ্ড বনাম নিউজিলেণ্ড, সময় ২ বাজি ৩০ মিনিট।
  • ৪ জুলাই, আফগানিস্তান বনাম ৱেষ্ট ইণ্ডিছ, সময় ২ বাজি ৩০ মিনিট।
  • ৫ জুলাই, পাকিস্তান বনাম বাংলাদেশ, সময় ২ বাজি ৩০ মিনিট।
  • ৬ জুলাই, শ্ৰী লংকা বনাম ইণ্ডিয়া, সময় ২ বাজি ৩০ মিনিট।

  • ৬ জুলাই, অষ্টেলিয়া বনাম দক্ষিণ আফ্ৰিকা, সময় ৫ বাজি ৩০ মিনিট।

 

  • ৯ জুলাই, প্ৰথম খন চেমিফাইনেল, সময় ২ বাজি ৩০ মিনিট।

  • ১১ জুলাই, দ্বিতীয়খন চেমী ফাইনেল, সময় ২ বাজি ৩০ মিনিট।

  • ১৪ জুলাই, ফাইনেল,  সময় ২ বাজি ৩০ মিনিট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি