বিহাৰত ধাৰাসাৰ বৰষুণত বৰ্তমানৰ লৈকে নিহত ২৯ জন লোক…

বিহাৰত ধাৰাসাৰ বৰষুণত  বৰ্তমানৰ লৈকে নিহত ২৯ জন লোক…
  • বিহাৰত বিগত কেইবাদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণে স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে।
  • বহু অঞ্চল কৃত্ৰিম বানত বুৰ যোৱাৰ উপৰিও বৰষুণৰ বাবে বাতিল কৰিব লগা হৈছে ৰে'ল সেৱা পৰ্যন্ত।
  • ইফালে বৰ্তমানৰ লৈকে ২৯ জন লোকে হেৰুৱাইছে প্ৰাণ।
  • বিহাৰৰ ৰাজধানী পাটনাত বৰষুণৰ ফলত সৃষ্টি হোৱা বানে সাধাৰণ নাগৰিকক এক সংকটজনক অৱস্থালৈ ঠেলি দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in