শেহতীয়া খবৰ
অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে অসমৰ শিল্পীৰ সা-সামগ্ৰীৰ লগতে বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...  •  ‘আমাৰ যুদ্ধ কাশ্মীৰৰ বাবে, কাশ্মীৰ বিৰুদ্ধে নহয়...’

টায়কোৱাণ্ডোৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপৰ ছাব-জুনিয়মৰ শাখাত ২ অসম সন্তানৰ স্বৰ্ণ জয়

270

ডিজিটেল ডেস্কঃ যোৱা ২৭ জানুৱাৰীৰ পৰা হায়দৰাবাদত অনুষ্ঠিত এন চান্দ্ ৩৫ নেশ্যনেল ছাব-জুনিয়ৰ কিঅ’ৰুগী এণ্ড ৯ম নেশ্যনেল পুমছে প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ প্ৰেয়াৰ শাখাত স্তুতি কিংকিনি মজুমদাৰ আৰু ভাবাৰ্ণৱ পৰাগ চান্দিল্যই সোণৰ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শাখাত ভাবাৰ্ণৱে ৰূপৰ আৰু ছোৱালীৰ দলীয় শাখাত ক্ৰমে স্তুতি কিংকিনি, নিষ্ঠা অনন্যা পাটগিৰি আৰু হিয়া লুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে।

উল্লেখযোগ্য যে, নীলমজ্যোতি কলিতাৰ ওচৰত প্ৰশিক্ষণৰত স্তুতি কিংকিনি, নিষ্ঠা অনন্যা পাটগিৰি আৰু ভাবাৰ্ণৱ কেওটা কিশোৰেই অসমৰ সন্তান। ইয়াৰ স্তুতি কিংকিনি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী আৰু শ্বহীদ সাংবাদিক অনিল মজুমদাৰ তথা ৰাজগড় নিবাসী মল্লিকা কলিতা মজুমদাৰৰ কন্যা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি