শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

টিকা উৎসৱ : মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে গ্ৰহন কৰিলে কোভিড ভেকচিন…

345
  • মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ল’লে কোভিড ভেকচিন ।
  • ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভেকচিন গ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
  • ‘টিকা উৎসৱ’ৰ শুভাৰম্ভণি অনুষ্ঠানত গ্ৰহন কৰে কোভিড ভেকচিনৰ প্ৰথম ডোজ ।
  • ভেকচিন গ্ৰহন কৰিবলগীয়া যোগ্য সকলোকে ভেকচিন গ্ৰহনৰ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।
  • নৰেন্দ্ৰ মোডীৰ পদক্ষেপকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি