শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

ছ’চিয়েল মিডিয়াত অভিনেতা টাইগাৰ শ্ৰফৰ ভাইৰেল ভিডিঅ’…

292

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা তথা যুৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফৰ এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিনেতাগৰাকীৰ এই ভিডিঅ’টোত শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। ভিডিঅ’টোত টাইগাৰ শ্ৰফে কৰা ষ্টান্ট দেখি বহু লোক আচৰিত হৈ পৰিছে। আৰু অনুৰাগীসকলৰ লগতে বলিউডৰো বহু কেইগৰাকী তাৰকাই কমেন্ট কৰিছে।

View this post on Instagram

#mood

A post shared by Tiger Shroff (@tigerjackieshroff) on

উল্লেখ্য যে, টাইগাৰ শ্ৰফৰ এই ভিডিঅ’টো প্ৰায় ২০লাখৰো অধিক চোৱা হৈছে। ছ’চিয়েল মিডিয়াত প্ৰায়ে  নৃত্য আৰু একচনৰ ভিডিঅ’ শ্বেয়াৰ কৰি থকা টাইগাৰৰ অন্তিমখন ছবি আছিল ‘ৱাৰ’। আৰু এই ছবিখনত তেওঁৰ অভিনয় তথা ষ্টান্টে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল। বৰ্তমান অভিনেতাগৰাকী ব্যস্ত তেওঁৰ আগন্তুক ছবি ‘বাঘি-৩’ৰ কামত। আৰু এই ছবিখন চাবলৈও দৰ্শকে অতি আশাৰে বাট চাই আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি