শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

মানুহৰ পিছত চিৰিয়াখানাৰ বাঘ আক্ৰান্ত হৈছে কোভিড-১৯ত

7,421

ডিজিটেল ডেস্কঃ মানুহৰ পিছত এইবাৰ কোৰোনাত আক্ৰান্ত হৈছে জীৱ-জন্তু। নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত এটা বাঘ আক্ৰান্ত হৈছে মাৰাত্মক এই ভাইৰাছত। দেওবাৰে কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে। উল্লেখ্য যে, এইয়াই হৈছে জীৱ-জন্তু কোৰোনাত আক্ৰান্ত হোৱাৰ প্ৰথম ঘটনা। কোৰোনাত আক্ৰান্ত হোৱা বাঘটোৰ নাম নাদিয়া।

বৰ্তমান বাঘটোক চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইয়াৰ লগতে চিৰিয়াখানাৰ মেকুৰিবোৰ যাতে এই ভাইৰাছত আক্ৰান্ত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিয়নো ইতিমধ্যে ৬ টা মেকুৰিৰ দেহতো দেখিবলৈ পোৱা গৈছে কোভিড-১৯ সৰ্দৃশ লক্ষণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি