এনএইচপিচিৰ সামগ্ৰী কঢ়িয়া নিয়া বাহন বাধা দিয়াৰ বাবেই ধেমাজিত ২ শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ…

এনএইচপিচিৰ সামগ্ৰী কঢ়িয়া নিয়া বাহন বাধা দিয়াৰ বাবেই ধেমাজিত ২ শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ…
  • ধেমাজিত সদৌ অসম জিলা ছাত্ৰ সন্থাৰ কেইবাজনো নেতাকে ধৰি ২ শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ।
  • এনএইচপিচিৰ সামগ্ৰী কঢ়িয়াই অনা বাহন বাধা দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হয় প্ৰতিবাদকাৰী কেইজনক।
  • আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হয় গোগামুখ থানালৈ।
  • আৰক্ষীয়ে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক গোপাল দাস, টিএমপিকে ধেমাজি জিলা সমিতিৰ সভাপতি হৰিশ্চন্দ্ৰ কামানক গ্ৰেপ্তাৰ কৰিছে।
  • লগতে গ্ৰেপ্তাৰ কৰিছে এজেৱাইচিপি ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰঞ্জন বৰা, তুলাৰাম গগৈ, আটাছু জিলা প্ৰচাৰ সম্পাদককে ধৰি প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in