বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত ১১৬গৰাকী লোকৰ মৃত্যু…

বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত ১১৬গৰাকী লোকৰ মৃত্যু…
  • বিহাৰ আৰু উত্তৰ প্ৰদেশত বজ্ৰপাত পৰি ১১৬গৰাকী লোকৰ মৃত্যু।
  • বিগত প্ৰায় ২৪ঘন্টাত ৰাজ্যদুখনত অব্যাহত আছে প্ৰৱল ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকনি।
  • ১১৬গৰাকীৰ ভিতৰত বিহাৰৰ ৯২গৰাকী আৰু উত্তৰ প্ৰদেশৰ আছে ২৪গৰাকী।
  • উল্লেখ্য যে, এই ঘটনাৰ পাছতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ঘোষণা কৰিছে আৰ্থিক সাহায্য।
  • ৪লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে নীতিশ কুমাৰে।
  • দেশৰ প্ৰধানমন্ত্ৰীয়েও উক্ত ঘটনাক লৈ শোক ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in