শেহতীয়া খবৰ
আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি  •  সোণতলীত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস  •  'মেকফি নব'ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল'ৰা, VIDEO  •  আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ  •  সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ বাক্সা জিলা সমিতি গঠন

নাগালেণ্ডত সেনাৰে সংঘৰ্ষত নিহত আলফা স্বাধীনৰ ৩ কেডাৰ

2,418

ডিজিটেল সংবাদ, গুৱাহাটীঃ আলফা স্বাধীন অধিক সক্ৰিয় হৈ পৰাৰ খবৰ প্ৰকাশিত হৈ অহাৰ সময়তে নাগালেণ্ডত বিদ্ৰোহী সংগঠনটোৱে সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ খবৰ পোৱা গৈছে।

বিশেষ সূত্ৰই জনোৱা মতে, এই সংঘৰ্ষত নিহত হৈছে ৩জনকৈ আলফা স্বাধীনৰ কেডাৰ। ২জন সেনা আহত হোৱাৰ খবৰো জনাইছে সূত্ৰটোৱে। অৱশ্যে এতিয়ালৈকে সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি