জম্মু–কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ফাইল ফটো
ফাইল ফটো
  • জম্মু–কাশ্মীৰৰ পুলৱামাৰ ত্ৰালত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে ৩ সন্ত্ৰাসবাদী।
  • পুলৱামাৰ ত্ৰালত নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
  • সেই সময়তে সংঘৰ্ষ হয়।
  • নিহত ৩ সন্ত্ৰাসবাদী হৈছে জংগীৰ ৰফিক ৱানী, ৰাজা ওমৰ মকবুল ভাত আৰু ওজাইৰ আমিন ভাত।
  • ৩ সন্ত্ৰাসবাদী 'Ansar Ghazwa ul Hind'ৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in