তামিলনাডুত বিদ্যালয়ৰ চাদ খহি আহত ৩ শিশু

তামিলনাডুত বিদ্যালয়ৰ চাদ খহি আহত ৩ শিশু
  • তামিলনাডুত সংঘটিত হৈছে এক অঘটন।
  • বিদ্যালয়ৰ চাদ খহি আহত ৩ শিশু।
  • আয়িৰা বিছ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।
  • মাদুৰাইত সংঘটিত এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in