সন্ত্ৰাসবাদীৰ সৈতে জড়িত ৩লোকক গ্ৰেপ্তাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ক্ৰমান্বয়ে সেনা বাহিনীয়ে তীব্ৰতৰ কৰিছে সন্ত্ৰাসবাদীবিৰোধী অভিযান।শেহতীয়া সেনাই অভিযান চলাই লস্কৰ ই তৈইবাৰ সৈতে জড়িত ৩গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে উদ্ধাৰ কৰা হৈছে বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। আৰক্ষী আৰু সেনা বাহিনীয়ে যুটীয়াভাৱে এই অভিযান বাৰামুলা জিলাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in