শেহতীয়া খবৰ
ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  মুখ্যমন্ত্ৰী সোণোৱালৰ লগত থকা ৩ এনএছচি কমাণ্ডসহ ১০জনৰ দেহত কোভিড-১৯...  •  এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ...  •  কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ...  •  অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা...  •  অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী...  •  নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে...  •  কোভিড-১৯ঃ ৰাজস্থানত হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ...  •  লাওখোৱাৰ ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া...

সন্ত্ৰাসবাদীৰ সৈতে জড়িত ৩লোকক গ্ৰেপ্তাৰ…

286

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ক্ৰমান্বয়ে সেনা বাহিনীয়ে তীব্ৰতৰ কৰিছে সন্ত্ৰাসবাদীবিৰোধী অভিযান।শেহতীয়া সেনাই অভিযান চলাই লস্কৰ ই তৈইবাৰ সৈতে জড়িত ৩গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে উদ্ধাৰ কৰা হৈছে বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। আৰক্ষী আৰু সেনা বাহিনীয়ে যুটীয়াভাৱে এই অভিযান বাৰামুলা জিলাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি