অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত আটক তিনিজন নাইজেৰিয়ান নাগৰিক…

অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত আটক তিনিজন নাইজেৰিয়ান নাগৰিক…
  • অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত আটক তিনিজন নাইজেৰিয়ান নাগৰিক ।
  • আটক হোৱা তিনিজন যথাক্ৰমে বিন্ছপাল ছিছুজি, কৰ্নাট নুমানিট, আৰু অলিন্ছ ছিবুজি ।
  • এখন মাৰুতি ভানৰে ত্ৰিপুৰাৰ পৰা অসমত প্ৰবেশ কৰিছিল তিনিজন নাইজেৰিয়ান নাগৰিক ।
  • বিগত ছমাহ পূৰ্বে এওঁলোক দিল্লীৰ পৰা ত্ৰিপুৰাত গৈছিল ।
  • ত্ৰিপুৰাত ছমাহ ধৰি চলাইছিল ব্যবসায় বানিজ্য ।
  • মংগলবাৰ নিশা অসমত প্ৰবেশ কৰাৰ চেষ্টা চলাইছিল তিনিজনে ।
  • আটক হোৱা তিনিজনৰ নাছিল কোনো পাছপোৰ্ট ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in