কোভিড-১৯ঃ ৰাজ্যত পুনৰ এগৰাকী মহিলাসহ ৩জনে হেৰুৱালে প্ৰাণ…

কোভিড-১৯ঃ ৰাজ্যত পুনৰ এগৰাকী মহিলাসহ ৩জনে হেৰুৱালে প্ৰাণ…
  • পুনৰ আহিল এক দুঃখবৰ।
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু ৩জন লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- ভৱেন গগৈ (৭২), ধনেশ্বৰ ছীল (৬৮) আৰু তাৰজুনা বেগম।
  • উল্লেখ্য যে, মৃত্যু হোৱা তিনিওজনে কোৰোনাৰ উপৰিও আন ৰোগত আক্ৰান্ত হৈ আছিল।
  • ইফালে, ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩০জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in