শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ আৰু ৩জনৰ দেহত কোভিড-১৯, ৰাজ্যত ১৫৭জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা…

845
  • ৰাজুত পুনৰ ৩জনৰ দেহত ধৰা পৰিল কোভিড-১৯ত আক্ৰান্ত লোক।
  • কোভিড-১৯ত আক্ৰানত তিনিওজন গুৱাহাটীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত আছিল।
  • ৰাজ্যত বৰ্তমানলৈ ১৫৭জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • টুইটাৰযোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মন্ত্ৰীগৰাকীয়ে লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু সঘনে হাত ধুবলৈ আহ্বান জনাই ৰাজ্যবাসীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি