সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ আৰু ৩জনৰ দেহত কোভিড-১৯, ৰাজ্যত ১৫৭জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা…

সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ আৰু ৩জনৰ দেহত কোভিড-১৯, ৰাজ্যত ১৫৭জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা…
  • ৰাজুত পুনৰ ৩জনৰ দেহত ধৰা পৰিল কোভিড-১৯ত আক্ৰান্ত লোক।
  • কোভিড-১৯ত আক্ৰানত তিনিওজন গুৱাহাটীৰ সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত আছিল।
  • ৰাজ্যত বৰ্তমানলৈ ১৫৭জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • টুইটাৰযোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মন্ত্ৰীগৰাকীয়ে লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু সঘনে হাত ধুবলৈ আহ্বান জনাই ৰাজ্যবাসীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in